ছয়গাঁও: ছয়গাঁৱত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন যুৱক, উত্তেজিত ৰাইজে চালকক সোধালে উত্তম-মধ্যম, উপস্থিত আৰক্ষী
Chhaygaon, Kamrup | Aug 10, 2025
দেওবাৰে ছয়গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। AS-01-RC 3803 তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন যুৱক ৷ মৃত যুৱকজন ছয়গাঁও...