বকো: বকোৰ বৰপাৰাত দুটা ফৈদৰ তীব্ৰ সংঘাত,আক্ৰমণ-প্ৰত্যাক্ৰমণত ৭ জনৰো অধিক লোক আহত হয়,বকো থানাত এজাহাৰ দাখিল
Boko, Kamrup | Sep 11, 2025
বৃহস্পতিবাৰে বকোৰ বৰপাৰাত দুটা ফৈদৰ তীব্ৰ সংঘাত। আক্ৰমণ-প্ৰত্যাক্ৰমণত ৭ জনৰো অধিক লোক আহতহয়। ট্ৰাইবেল সংঘৰ অভিযোগৰ...