কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত গান গায় নিজে নিৰ্বাচনী প্ৰচাৰ বিজেপি ৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ
বিটিচি নিৰ্বাচন দিন যিমানে সমূহ চাপি আহিছে ইমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হৈছে প্ৰাৰ্থী সকলৰ। বুধবাৰে সন্ধিয়া ৮ বজাত ফকিৰাগ্ৰামত নিজে গান গায় নিৰ্বাচনী প্ৰচাৰ চলালে ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অৰুপ কুমাৰ দেই। গান গায় ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টাৰে প্ৰচাৰ চলাই আৰু নিজক ভোটদান কৰিবলৈ আহ্বান জনাই ৰাইজেক । ফকিৰাগ্ৰাম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ইতিধ্যেই ইউ পি পি এল, বিপিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বৰ্মন ৰ তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা