সৰুপথাৰ: বৰপথাৰ নগৰৰ ৮ নং ৱাৰ্ডত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা,পদূলিৰ সন্মুখতে হাতীৰ গছকত প্ৰাণ গ'ল এগৰাকীৰ, গুৰুতৰ ভাৱে আহত আন এজন
Sarupathar, Golaghat | Sep 3, 2025
বৰপথাৰ নগৰৰ ৮ নং ৱাৰ্ডত বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। পদূলিৰ সন্মুখতে হাতীৰ গছকত প্ৰাণ গ'ল...