লংকা: পথৰ জৰাজীৰ্ণ অৱস্হাৰ বাবে জমৰ জাতনাত ভোগিছে কাকী টঙীয়া পঞ্চায়তৰ অন্তৰ্গত প্ৰায় তিনিশতাধিক ৰাইজ #jansamasya
Lanka, Hojai | Sep 11, 2025
বিন্নাকান্দি সমষ্টিৰ কাকী টঙীয়া পঞ্চায়তৰ অন্তৰ্গত টঙীয়াৰ হিৰীম্বাপুৰৰ পৰা বৰমাংচু গাৱলৈ অহা যোৱা কৰা উক্ত পথটোৰে...