গুৱাহাটী: বশিষ্ঠ আৰক্ষীৰ অভিযানত কেৰাকুচিত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী,গ্ৰেপ্তাৰ চেলিম নামৰ গভাইট চোৰ,জব্দ ১৮ বিধ চুৰি সামগ্ৰী
Guwahati, Kamrup Metropolitan | Sep 13, 2025
বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী। গ্ৰেপ্তাৰ কেৰাকুচিত চেলিম নামৰ গভাইট চোৰ। শনিবাৰে এই গভাইট চোৰটোক...