ধুবুৰী ভাগ: চহৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে ঐক্য যাত্ৰা
সৰদাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে আয়োজিত ঐক্য যাত্ৰা আজি ধুবুৰীৰ ৰাজা পি. চি. বৰুৱা খেলপথাৰৰ পৰা বি. এন. কলেজ খেলপথাৰ লৈ অনুষ্ঠিত হয়। এই যাত্ৰাত বিভিন্ন সাংস্কৃতিক দলসমূহেও অংশগ্ৰহণ কৰিছিল।