বৰপেটা: চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত বি এল অ'ৰ প্ৰশিক্ষণত অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিতৰ অংশগ্ৰহণ
Barpeta, Barpeta | Jul 15, 2025
ভোটাৰ তালিকাৰ আগন্তুক সংশোধনী প্ৰক্ৰিয়াক লৈ বৰপেটা জিলাত নিৰ্বাচন আয়োগে তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে মঙলবাৰে...