সোণাৰি: সোণাৰিৰ গগৈমাৰিত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতা উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে
সোণাৰিৰ গৰৈমাৰি ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা আন্তঃজিলা চিনিয়ৰ মহিলা হকী প্ৰতিযোগিতা খন বুধবাৰে ১০বজাত উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।এই উপলক্ষে পতাকা উত্তোলন কৰে মাহমৰা ক্ৰীড়া সন্থাৰ পভাপতি লোকনাথ কোঁৱৰে হকীৰ যাদুকৰ মেজৰ ধ্যান চাঁন্দৰ প্রতিমূর্তীত মাল্যার্পন কৰে অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে। অনুষ্ঠানত অনিল বৰগোঁহাই,মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰৰ প্ৰমুখ্যে কেইবাজনো ক্ৰীড়াপ্ৰমীয়ে অংশগ্ৰহণ কৰে।