Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

গুৱাহাটী: জালুকবাৰীত নামাজৰ বাবে গৈ নিৰুদ্দেশ মিজানুৰ ৰহমান নামৰ এজন কিশোৰ

জালুকবাৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ এগৰাকী কিশোৰ। সোমবাৰে সন্ধিয়া নামাজৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ১১ বছৰীয়া মিজানুৰ ৰহমান। বহু বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। কিশোৰজন দুষ্টচক্ৰৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰি কোনো লোকে কিশোৰজনৰ সম্ভেদ পালে আৰক্ষীক যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ।
গুৱাহাটী: জালুকবাৰীত নামাজৰ বাবে গৈ নিৰুদ্দেশ মিজানুৰ ৰহমান নামৰ এজন কিশোৰ - Guwahati News