বিহপুৰীয়া: ডিক্ৰং নৈ পাৰৰ কাপিচলা গাঁৱত অচিনাকি মৃতদেহ উদ্ধাৰ ,ঘটনাস্থলীত উপস্থিত আৰক্ষী ,বিহপুৰীয়া চক্ৰ বিষয়া
Bihpuria, Lakhimpur | Aug 15, 2025
লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত শুক্ৰবাৰে এক অচিনাকি মৃতদেহ উদ্ধাৰ হয় । কাপিচলা গাঁৱত পথাৰত উদ্ধাৰ হোৱা অচিনাকি মৃতদেহ...