ঢেকিয়াজুলি ভাগ: PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত
Dhekiajuli Part, Sonitpur | Sep 10, 2025
PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি বুধবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি থানাত জেৰা অব্যাহত ৰাখিছে...