বাক্সা: আজি ভাৰতীয় জনতা পাৰ্টী, তামুলপুৰ জিলা কাৰ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান
Baska, Baksa | Oct 24, 2025 আজি ভাৰতীয় জনতা পাৰ্টী, তামুলপুৰ জিলা কাৰ্যালয়ত আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান প্ৰত্যেক ঘৰত স্বদেশী, ঘৰে ঘৰে স্বদেশী সন্দৰ্ভত অনুষ্ঠিত জিলা কৰ্মশালা। উক্ত অনুষ্ঠানত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, জিলা প্ৰভাৰী দিলীপ দাস , সহ-প্ৰভাৰী জিতু কিষান লগতে জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।