পলাশবাৰী: অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি।
জুবিনদালৈ শ্ৰদ্ধাঞ্জলি... সদৌ অসম একত্রিত যুৱ পৰিষদ, দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধঅনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ফুটবল সন্থা জুটিয়া সম্পাদক হিমাংশু শেষৰ বৈশ্যই। প্ৰাণৰ শিল্পীগৰাকী আমাৰ হৃদয়ত সদায়েই জিলিকি থাকিব।