নাৰায়ণপুৰ: ভদীয়া বানৰ কবলত নাৰায়ণপুৰ,পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ ,জলমগ্ন বৃহত্তৰ অঞ্চল
ভদীয়া বানৰ কবলত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ। সোমবাৰে পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ ৷ শিমলুগুৰি-হাৱাজান সংযোগী পথ চিঙাৰ ফলত জলমগ্ন হয় বৃহত্তৰ অঞ্চল । বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হয় ।