বকো: বকোৰ জামবাৰী কলহী নৈৰ সমীপত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে এখন ট্ৰাক উদ্ধাৰ,আটক ২টা সৰবৰাহকাৰী
Boko, Kamrup | Aug 10, 2025
দেওবাৰে বকোৰ জামবাৰী কলহী নৈৰ সমিপত চাবদুল আলীৰ ঘৰত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে সামগ্ৰী খিনি কঢ়িয়াই অনা এখন ট্ৰাক...