সৰুপথাৰ: বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক বিকৃত কৰি পৰিৱেশন কৰা কৰিশ্মা নাথক সৰুপথাৰত সকীয়নি আটাছুৰ, কৰিশ্মা নাথৰ অনুষ্ঠান বৰ্জনৰ আহ্বান
Sarupathar, Golaghat | Aug 31, 2025
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক বিকৃত কৰি পৰিৱেশন কৰা কৰিশ্মা নাথক দেওবাৰে বিয়লি প্ৰায় ৪ বজাত সৰুপথাৰত সকীয়নি আটাছুৰ। কৰিশ্মা...