সোণাৰি: ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত
Sonari, Charaideo | Sep 7, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজীৱ ভৱনত আজি অসম প্রদেশ কংগ্রেছ সংখ্যালঘু কোষৰ প্রশাসনিক সাধাৰণ সম্পাদক নেকিবুৰ ৰহমানৰ উপস্থিতিত...