সোণাৰি: চৰাইদেউৰ কাকতিবাৰীত ৰাইজে খেদি খেদি এটা চোৰ কৰায়ত্ত কৰাৰ লগতে এখন স্কুটি উদ্ধাৰ, ঘটনা স্থলীত উপস্থিত আৰক্ষী
Sonari, Charaideo | Sep 9, 2025
মৰাণৰ কৃষ্ণ গোৱালা নামৰ এজন যুৱকে কৰম সন্মিলনৰ কামৰ বাবে মৰাণত অৱস্থিত পাহি প্ৰেছত তেওঁৰ স্কুটিখন ৰাখি প্ৰৱেশ কৰে।তেওঁ...