সোণাৰি: নাফুকত ভয়ংকৰ পথ দুৰ্ঘটনা, দূৰ্ঘটনাৰ ফলত বিদ্যুৎ যোগান ব্যাহত,ঘটনা স্থলীত উপস্থিত অভয়পুৰ আৰক্ষী
Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিৰ নাফুকত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শিল ভৰ্তি ডাম্পাৰ বাগৰিল...