সোণাৰি: সোণাৰিত অতি বিষাক্ত চকৰী ফেঁটী সাপ উদ্ধাৰ, প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱাই উদ্ধাৰ কৰে সাপডাল
Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ সোণাৰিত এটা অতিকৈ বিষাক্ত সাপ উদ্ধাৰ। বিষাক্ত সাপডাল পলষ্টাৰ একাডেমীৰ প্ৰধান শিক্ষয়িত্ৰীৰ ঘৰত উদ্ধাৰ কৰা...