বৰপেটা: বৰপেটাৰোড আৰক্ষীয়ে ২ খন ই-ৰিক্সা, ৭টা বেটাৰীসহ ৪টা চোৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জে'ললৈ প্ৰেৰণ কৰে
Barpeta, Barpeta | Jul 28, 2025
বৰপেটাৰোডৰ বিভিন্ন প্ৰান্তত ই ৰিক্সাৰ লগতে বিভিন্ন চুৰিকাৰ্য সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে। অৱশেষত বৰপেটা...