বিহপুৰীয়া: লালুকৰ গোৱিনপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কণ্টেইনাৰ বাহনৰ সৈতে য়ামাহা এফজেডৰ মুখামুখি সংঘৰ্ষ, আঘাতপ্ৰাপ্ত বাইক চালক
Bihpuria, Lakhimpur | Aug 14, 2025
লখিমপুৰৰ লালুকৰ গোৱিনপুৰত বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।কন্টেইনাৰ বাহনৰ সৈতে Yamaha FZ ৰ মুখামুখি সংঘৰ্ষ...