সোণাৰি: লংপতীয়াত নিজ পত্নীক চোকাদাৰে উপৰ্যুপৰি ঘপিয়াই স্বামীয়ে ললে চৰম সিদ্ধান্ত, পতি বকুল গগৈয়ে কৰিলে আত্মহনন, তীব্ৰ চাঞ্চল্য
Sonari, Charaideo | Sep 12, 2025
সোণাৰিৰ লংপতীয়াত লোমহৰ্ষক ঘটনা।পাৰিবাৰিক কণ্ডলৰ কৰুণ পৰিণতি।পত্নীক চোকাদাৰে উপৰ্যুপৰি দাৰে ঘপিয়াই স্বামীয়ে ললে চৰম...