উত্তৰ লক্ষীমপুৰ: গোগামুখৰ পৰা ঘিলামৰা সংযোগী বিধস্ত পথ মেৰামতিৰ দাবীত নগৰত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সচেতন নাগৰিক সমাজৰ
North Lakhimpur, Lakhimpur | Sep 6, 2025
গোগামুখৰ পৰা ঘিলামৰা সংযোগী প্ৰায় ২০ কিলোমিটাৰ সদাব্যস্ত ৰাজ্যিক ঘাইপথ সম্প্রতি অতি জৰীজীন ও বিধস্ত হৈ পৰাত যাতাযতৰ বাবে...