ডিফু: ডিফুত সাংসদ অমৰছিং তিচো আৰু কেএছএৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক এপিএইছএলচি জেমছ গোটৰ
সোমবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফুত তিনি পীৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ অমৰছিং তিচো আৰু কেএছএৰ নেতৃ বৰ্গৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি দলৰ জেমছ গোটৰ নেতৃবৰ্গই ৷ ভাৰতীয় সংবিধানৰ ২৪৪(ক) ৰূপায়ণ আৰু বিভিন্ন বিষয়কলৈ আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷