নাজিৰা: 'সন্ত্ৰাসবাদ বিৰোধী অপাৰেচন সিন্দুৰক আদৰণি জনাইছো', নাজিৰাত চি.পি.আইৰ ৰাজ্যিক সম্পাদক কনক গগৈৰ মত #OperationSindoor
Nazira, Sivasagar | May 8, 2025
অপাৰেচন সিন্দুৰক লৈ বৃহস্পতিবাৰে নাজিৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চি,পি,আইৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে।অপাৰেচন সিন্দুৰৰ...