বোকাখাত: হালধিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত এজন,সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
Bokakhat, Golaghat | Sep 12, 2025
কাজিৰঙাৰ হালধিবাৰীত শুক্ৰবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত...