ধেমাজি: চিলিত ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন সফল সমাপ্ত; অংশগ্ৰহণ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ
দেওবাৰে নিশা ১২বজাত চিলিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বীৰঙ্গনা সতী সাধনী স্মৃতি দিৱস আৰু ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভা সফল সামৰণি পৰে। আজি অনুষ্ঠিত হোৱা এই মুকলি সভাত আটাছু কেন্দ্ৰীয় মুখ্য উপদেষ্টা দুলাল চন্দ্ৰ বৰুৱা, চিচিবৰগাঁও অঞ্চলৰ যুৱ ব্যৱসায়িক তথা সমাজ সেৱক নন্দী গিৰি ভূঞা, যুৱ লেখিকা কষ্টুৰী চুতীয়াৰ সহ বহুকেইজন গণ্য মান্য ব্যক্তি আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ।