বাক্সা: বাৰাপেটা নিজ দাকুৱা ব্লকত অৱস্থিত ৮৭৪ নং বাৰাপেটা হিন্দু বস্তী প্ৰাথমিক বিদ্যালয় খেলপথাৰত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
Baska, Baksa | Sep 25, 2025 আজি খাৰিজা বিজনী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বাৰাপেটা নিজ দাকুৱা ব্লকত অৱস্থিত ৮৭৪ নং বাৰাপেটা হিন্দু বস্তী প্ৰাথমিক বিদ্যালয় খেলপথাৰত বিশ্ব বৰেণ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক পৰমাত্মাৰ সদ্গতিৰ বাবে পাঁচ গছি চাকিৰে শ্ৰদ্ধাঞ্জলি জনাই । উক্ত শ্ৰদ্ধাঞ্জলি অনুস্থানত উপস্থিত থাকে বাৰাপেটা গাঁওৰ ৰাইজ সকলে।