মিকিৰভেটা: টৰাবড়ী মণ্ডল কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টি নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষই
Mikirbheta, Morigaon | Apr 12, 2024
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱৰ টৰাবড়ী মণ্ডল কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো শুক্ৰবাৰে পুৱা প্ৰায় ১০...