দাংতল ৰাজহ চক্ৰ: গৰুভাষাত মৰাভূৰ নৈৰ বাঢ়নী পানীত বিধ্বস্ত লাউৰীপাৰা-নয়াপাৰা সংযোগী পকী দলং, চিন্তিত গঞা ৰাইজ #jansamasya
India | Aug 6, 2025
চিৰাং জিলাৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত গৰুভাষাত মৰাভূৰ নৈৰ বাঢ়নী পানীত বিধ্বস্ত লাউৰীপাৰা-নয়াপাৰা সংযোগী পকী দলং,যোৱা...