Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

সোণাৰি: সোণাৰিৰ মথুৰাপুৰত এটি ষষ্ঠ শ্ৰেণীৰ ছাত্র খেলি থকা অৱস্থাত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু

Sonari, Charaideo | Jun 10, 2024
সোণাৰিৰ মথুৰাপুৰ চাহ বাগিছাত অনুপ তাঁতী নামৰ এটি শিশু স্কুলৰ খেল পথাৰত খেলি থকা অৱস্থাত সোমবাৰে ২ বজাত হঠাৎ ঢলি পৰি মৃত্যু হয় ।ছাত্র জনক চৰাইদেউ জিলা চিকিৎসালয় লৈ অনা হয় যদিও চিকিৎসকে ছাত্র জনক মৃত ঘোষণা কৰে । ছাত্ৰ জনৰ হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলতে মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে ।