ঢেকিয়াজুলি ভাগ: সদৌ অসম সত্ৰ মহাসভাৰ ২০২৫ বৰ্ষৰ সেতুবন্ধন সমাৰোহ এইবেলি ঢেকীয়াজুলিত অনুষ্ঠিত হব,এই সন্দৰ্ভত ঢেকীয়াজুলিত সংবাদ মেল
Dhekiajuli Part, Sonitpur | Aug 23, 2025
সদৌ অসম সত্ৰ মহাসভাৰ ২০২৫ বৰ্ষৰ সেতুবন্ধন সমাৰোহ অহা ৪ আৰু ৫ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ...