ডিফু: ফুলনিত "বৃহত্তৰ ফুলনি সমবায় সমিতি"ৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
কাৰ্বি আংলং জিলাৰ ফুলনিৰ "বৃহত্তৰ ফুলনি সমবায় সমিতিৰ প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি প্ৰায় ৩ মান বজাত বৃহত্তৰ ফুলনি সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে সমবায় সমিতিখনৰে অধ্যক্ষ বিদ্যাছিং ৰংপিয়ে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জিম্বু তিমুঙে। আনহাতে উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য তথা ১২ নং ফুলনি পৰিষদিয় সমষ্টিৰ ইএম কাংবুৰা কিলিং আৰু বিভাগীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে