Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

লংকা: লংকাত ভিক্ষা মুক্ত ভাৰত অভিযানত উদ্ধাৰ ৫ জন পদপথৰ ভিক্ষাৰী

Lanka, Hojai | Sep 16, 2025
NORTH EAST RURAL WELFARE SOCIETY ৰ উদ্যোগত লংকাৰ বিভিন্ন স্হানৰ পৰা ৫ জন পদপথ ভিক্ষাৰীক উদ্ধাৰ।ভাৰতবৰ্ষক ভিক্ষাৰী মুক্ত কৰাৰ লক্ষ্যৰে উক্ত অভিযান।উদ্ধাৰকৃত আটাইকেইজন ভিক্ষাৰীক চেণ্টাৰ হোমলৈ প্ৰেৰণ কৰা লগতে ভিক্ষাৰী ৫ জনৰ ঘৰৰ ঠিকনা লৈ তেওলোকৰ ভিক্ষা কৰাৰ উদ্দেশ্যে কি, কি কাৰণে ভিক্ষা কৰিব লগা হল আদি সকলো বুজ লোৱা হৱ বুলি লংকাত জানিবলৈ দিয়ে উক্ত SOCIETY টোৰ কৰ্তৃপক্ষই।

MORE NEWS