ধেমাজি: চিলাপথাৰৰ মাধুৰী পথাৰ শিৱ মন্দিৰত শাৰদীয় দুৰ্গোৎসৱ উদযাপন
বুধ বাৰে দিনৰ ১১ বজাত চিলাপথাৰৰ মাধুৰী পথাৰ শিৱ মন্দিৰত শাৰদীয় দুৰ্গোৎসৱ উদযাপন শক্তিৰ আইৰাধ্য দেৱীৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ দেশত আজি মহা নৱমী , ঢাকৰ শব্দত মুখৰিত গাঁও আৰু নগৰ অঞ্চল ৷ বেদীত মা দুৰ্গাৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা পিছত মা দুৰ্গা দেৱীৰ আশীৰ্বাদ বিচাৰি মন্দিৰ লগতে পূজা স্থলীত ভক্তৰ প্ৰাণ ৰাইজ ।