বাক্সা: মথনগুৰী জাখলিপাৰত অৰ্ধশতাধিক লোকে কৰিলে বিজেপিত যোগদান
Baska, Baksa | Sep 14, 2025 মথনগুৰী জাখলিপাৰত অৰ্ধশতাধিক লোকে কৰিলে বিজেপিত যোগদান। আজি মথনগুৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা লোক আহি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে। আজি যোগদান কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰী মণ্ডলৰ সভাপতি ঘনশ্যাম বৰ্মনৰ সৈতে বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।