ধেমাজি: দেওবাৰে দিনৰ দুই বজাত ধেমাজি জিলা অসম গণ পৰিষদৰ মূখ্য কাৰ্যালয়ত
গুৰুত্ব পূৰ্ণ সভা, উপস্থিত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক
দেওবাৰে ধেমাজি জিলা অসম গণ পৰিষদৰ মূখ্য কাৰ্যালয়ত গুৰুত্ব পূৰ্ণ সভা, উপস্থিত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেওবাৰে ধেমাজি জিলা সদৰত অৱস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলৰ এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত আঞ্চলিক ৰাজনৈতিক দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে ১৪ অক্টোব ২০২৫ তাৰিখে গুৱাহাটীৰ খানাপা