গুৱাহাটী: অসম চুক্তি অজাপৰ কাৰণে গীতা, কোৰাণ আৰু বাইবেল,অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়,জয়ানগৰত মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ
Guwahati, Kamrup Metropolitan | Aug 25, 2025
অসম চুক্তি অজাপৰ কাৰণে গীতা, কোৰাণ আৰু বাইবেল। বিদেশীক চিনাক্তকৰণ কৰি বিতাৰণ কৰক। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, বিদেশীৰ...