ধেমাজি: পূজাৰ বতৰত ধেমাজিত দুৰ্গা পূজা উপলক্ষে পদপথৰ ব্যবসায়ীয়ৰ পৰা অত্যাধিক কৰ সংগ্ৰহ কৰা অভিযোগ জাতীয় সংগঠনৰ আৰু ব্যৱসায়িৰ
পূজা বাবে একাংশ থলুৱা পদপথৰ ব্যবসায়ীই এক টকা উপাৰ্জনৰ লক্ষ্যৰে দোকান আৰম্ভনী কৰিছে যদিও ব্যবসায়ীয়ৰ সকলৰ পৰা অত্যাধিক কৰ লোৱা অভিযোগ একাংশৰ পূজাৰ বতৰত ধেমাজিত মহলদাৰ আৰু পৌৰসভাৰ জোখত কৈ অধিক কৰ লোৱা অভিযোগ দুৰ্গা পূজা উপলক্ষে পদপথৰ ব্যবসায়ীয়ৰ পৰা অত্যাধিক কৰ সংগ্ৰহ অভিযোগ । মহলদাৰে জোৰ জুলুম কৰি ব্যবসায়ী সকলৰ পৰা কৰ সংগ্ৰহ কৰা অভিযোগ ।