ঘগ্ৰাপাৰ ভাগ: দীপাৱলীৰ দিনা ঘগ্রাপাৰত ব্যতিক্রমী ধৰণে দীপাৱলী উদযাপন
দীপাৱলীৰ দিনা ঘগ্রাপাৰত ব্যতিক্রমী ধৰণে দীপাৱলী উদযাপন আজি পোহৰৰ উৎসৱ দীপাৱলী,ঘগ্রাপাৰ হাইস্কুল খেল পথাৰত দক্ষিণ ঘগ্রাপাৰ আঞ্চলিক ছাউথ আইকঞ্চ ক্লাৱৰ উদ্যোগত প্রাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ৫০০১ গচি বন্তি প্রজ্জ্বলন কৰা হয়।আলোকিত হৈ পৰিল নিশা ঘগ্রাপাৰ অঞ্চলৰ খেলৰ প্রাণকেন্দ্র ঘগ্রাপাৰ হাইস্কুল খেল পথাৰ।মায়াবিনী ৰাতি গীত পৰিৱেশন কৰে পাচ শতাধিক অনুগামীৰ