নাজিৰা: ৩বছৰ ধৰি বন্ধ হৈ থকা চৰাইদেউ পৰ্বত চাহবাগিছা পুনৰ খোলাৰ দাবীত নাজিৰাত আচাৰ ৩ ঘণ্টীয়া ধৰ্ণাৰে উত্তাল প্ৰতিবাদ
Nazira, Sivasagar | Sep 9, 2025
নাজিৰা বিধান সভা সমষ্টিৰ অন্তর্গত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চ্যুকাফা মৈদামৰ গাতে লাগি থকা চৰাইদেউ পৰ্বত চাহ বাগিচাখন এন চি এল...