ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি আৰক্ষী থানাত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী বিশ্ব কৰ্মা পূজা বুধবাৰে বিয়লি ৩ বজাত সামৰণি পৰিল
ঢেকীয়াজুলি আৰক্ষী থানাত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী বিশ্ব কৰ্মা পূজা বুধবাৰে বিয়লি ৩ বজাত সামৰণি পৰিল ৷উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো ঢেকীয়াজুলি আৰক্ষী থানা চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্ব কৰ্মা পূজা ৷ পুৱাৰে পৰা শুভাৰম্ভ কৰা বিশ্ব কৰ্মা পূজাৰ সমূহ কাৰ্যসূচী আজি বিয়লি সামৰণি পৰিল ৷ আজি উদুলিমুদুলি পৰিবেশৰ মাজেৰে অনুষ্ঠিত হ’ল শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা ৷