মৰিগাঁও: মেৰামতিৰ কিছু সময়ৰ পাছতেই চপৰা চপৰে উঠিল মৈৰাবাৰী-মৰিগাঁও মূল পথ, নিৰ্মাণত নিয়োজিত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৰাইজৰ
Marigaon, Morigaon | Jul 27, 2025
মৈৰাবাৰী-মৰিগাঁও পথৰ নিৰ্মাণ আৰু মেৰামতিৰ গুণগত মানক লৈ স্থানীয় ৰাইজৰ মাজত গভীৰ ক্ষোভৰ সৃষ্টি হৈছে। সদ্য মেৰামতি কৰা...