গৰৈমাৰী: গৰৈমাৰীৰ হাতীশলাত বন বিভাগৰ অভিযান অভিযানত জব্দ কৰে লক্ষাধিক টকাৰ অবৈধ শাল কাঠ
বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীশলাত বন বিভাগৰ অভিযান। অভিযানত জব্দ কৰে লক্ষাধিক টকাৰ অবৈধ শাল কাঠ। বনকৰ্মী আব্দুল গফুৰৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে চলায় অভিযান। জব্দকৃত চোৰাং কাঠখিনি বৰ্তমান গৰৈমাৰী বন বিভাগৰ জিম্মাত ৰাখিছে