মানকাচৰ: বামুনপাৰা জোনাকী ME মাদ্ৰাছাৰ শৌচালয়ৰ কামত বিদ্যালয়ৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
Mankachar, South Salmara-Mankachar | Jul 17, 2025
বৃহস্পতিবাৰে আবেলি অনুমানিক ১বজাত বামুনপাৰা অঞ্চলৰ স্হানীয় ৰাইজে বামুন পাৰা জোনাকী ME মাদ্ৰাছাৰ শৌচালয় নিৰ্মাণত...