উত্তৰ লক্ষীমপুৰ: চাবতিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত লখিমপুৰ প্রাইভেট এম্বুলেন্স সংস্থাৰ
সার্বজনীন শ্রী শ্রী বিশ্বকর্মা পূজা উদযাপন
আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰাৰ সমান্তৰালভাৱে লখিমপুৰতো বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন হয় । উত্তৰ লখিমপুৰৰ চাবতিৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে লখিমপুৰ প্রাইভেট এম্বুলেন্স সংস্থাৰ উদ্যোগত সার্বজনীন শ্রী শ্রী বিশ্বকর্মা পূজা উদযাপন কৰে ।