ঢেকিয়াজুলি ভাগ: ২৭ আগষ্টৰ পৰা মনুজুলিৰ এগৰাকী যুৱক নিৰুদ্দেশ হৈ আছে,ঢেকীয়াজুলিত পৰিয়ালৰ লোকৰ মন্তব্য
Dhekiajuli Part, Sonitpur | Aug 31, 2025
ঢেকীয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডৰ মনুজুলিৰ এগৰাকী যুৱক যোৱা ২৭ আগষ্ট ২০২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ এই সন্দৰ্ভত...