বকো: গোৱৰ্ধন ৰাস মহোৎসৰ শুভ উদ্বোধনী কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধীয়ে
Boko, Kamrup | Nov 5, 2025 শৰত কালে চন্দ্ৰাৱলী ৰাতি৷ দিব্য ৰাসক্রীড়া কৰিলা আতি৷৷ পঞ্চম ৰাগে গাইলা গীত হৰি৷ শুনি মোহ ভৈলা গোপ সুন্দৰী৷৷ শ্ৰীশ্ৰী গিৰি গোবৰ্ধন বিষ্ণু মন্দিৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্যই।